Posts

Showing posts from December, 2021

অনুভূতি

Image
অনুভূতি ❕ টোপনি যোৱাৰ পাছতো তোমাৰেই সপোন, সাৰ পাইও তোমাৰেই অনুভৱ। কি জানো❕ প্ৰতিটো মুহূৰ্ত তোমাৰেই অনুভৱৰ অনুভূতি। হ'ব পাৰে ❕ এনেকৈয়ে হয় গভীৰ ভালপোৱা❕ অন্তৰৰ এক অন্যতম উদ্দেশ্য❕ 💕