অনুভূতি Get link Facebook X Pinterest Email Other Apps December 18, 2021 অনুভূতি ❕টোপনি যোৱাৰ পাছতো তোমাৰেই সপোন, সাৰ পাইও তোমাৰেই অনুভৱ।কি জানো❕প্ৰতিটো মুহূৰ্ত তোমাৰেই অনুভৱৰ অনুভূতি।হ'ব পাৰে ❕এনেকৈয়ে হয় গভীৰ ভালপোৱা❕অন্তৰৰ এক অন্যতম উদ্দেশ্য❕💕 Get link Facebook X Pinterest Email Other Apps Comments
বিস্তৃতি July 28, 2020 তোমাৰ চকুত মোৰ গোটেই সপোন জিলিকি উঠিছে তাত প্ৰতিবিম্ব তাৰ উশাহত গৈছে তোমাৰ শ্বাস ওলাইছে প্ৰেমৰ পছোৱা বা: । দীঘল চুলিৰে, চকুৰ চাৱনিত হীদয়ে কৰে স্পন্দন তাৰ, কেনেবাকৈ যেন গম পাইযাই মনে পতা সেই সকলো জাল। হাঁহি তোমাৰ, মনে কৰে যেন ধুমুহা বতাহৰ দৰে, সেই হাঁহিত ভাঁহিৱ মনে যেন সুগন্ধি গোলাপৰ দৰে। নিজম দেহৰ প্ৰেৰণাৰ প্ৰাণ প্ৰকৃৃতিৰ যেন খাজ দান, দুই অন্তৰৰ দুই উদ্ধৃতি খাপে খাপে যেন পাই প্ৰাণ। হাতে সনা তোমাৰ মৰম মুখ মণ্ডলত পাই প্ৰাণ , এই হাতত হাতে ধৰি আমি; কটাব খোজোঁ আজীৱন জীৱন..। ✍️ ... Read more
প্ৰাকৃতিক সম্পদ July 29, 2020 আমাৰ দেশৰ গছ-গছনি বোৰ নানা ৰঙেৰে ভৰা, তাকে দেখি ভাইটি ভন্টি সকলৰ আনন্দ মনেৰে ভৰা। গাড়ী মটৰ চলিছে আনন্দ মনেৰে ডিজেল প্ৰেট্ৰল বোৰ দেখি, আমি আছো আনন্দ মনেৰে প্ৰাকৃতিৰ সম্পদ বোৰ দেখি। সোণ-সোৱৰ্ণই বনাইছে গহনা মহিলা সকলে পিন্ধিছে গহনা , কপাহ ৰ খেতি খেতিয়কে কৰে তাকে পিন্ধি মানুহ আনন্দত ঘূৰে। প্ৰকৃতিৰ সম্পদৰ পৰাই আশ্ৰয় লৈছো প্ৰকৃতিৰ সম্পদৰ পৰাই জীৱন-যাপন কৰিছোঁ, সেইবাবে নকৰিবা প্ৰাকৃতিক সম্পদ ধ্বংস! কৰিলে হব আমাৰো জীৱন যাপন ধ্বংস..! ✍️ 🎗️ AJ Pankaj Bania Read more
Create your skill November 13, 2019 A great attitude becomes a great day which turns into a great week month year and eventually a great life.. Read more
সুখ দুখৰ মাজৰ কথা July 31, 2020 মোৰ দুখৰ মনত তুমি সদাই আহি দিয়া সুখ, নিলগৰ ধৌ , নিলগৰ বতাহে লৈ আহিছে মোলৈ দেখোন দুঃখ । কৰিছোঁ মই দুখৰ উপৰি দুখ দিয়াহি মোক সুখৰ উপৰি সুখ , লৈ যোৱা মোৰ জীৱনৰ দুখ দিয়াহি মোক গোটেই জীৱনৰ সুখ । কৰিছোঁ কল্পনা তোমাক দিবলৈ সান্তনা, তুমি যদি গুচি যোৱা তোমাক কেনেকৈ দিম সান্তনা । সেইবাবে লিখিছোঁ এই কবিতাটো; তুমি যেন পঢ়ি দিব পাৰা মোক সুখৰ সান্তনা । এয়ে লিখিলোঁ, এয়ে সামৰিলোঁ; তুমি যেন পঢ়ি বুজি পোৱা মোৰ দুখৰ বেদনা । ✍️ 🎗️ AJ Pankaj Bania Read more
তোমাৰ অবিহনে•तुम्हारे बीना•Without you August 06, 2020 তোমাৰ অবিহনে ক'তনো নাথাকা তুমি সকলোতে দেখোচোন তোমাক; চকুযোৰো মুদি। তোমাক দেখি মই পঢ়িব লৈছোঁ আজি, তথাপিও নোচোৱা কিয় মোৰলৈ এবাৰ ঘূৰি। কেতিয়াবা খঙেৰে তুমি মোৰলৈ যে চোৱা, কেতিয়াবা মৰমেৰ মোক যে তুমি মাতা। তুমি এৰি গুচি গলে মই কেনেকৈ থাকিম, তুমি যেন দিছিলা গালি-বকনি কেনেকৈ পাহৰিম।। 💕 ✍️ 🎗️ AJ Pankaj Bania Kiss ki jaane se jindagi adhuri nahin rah jaati, bus Isi khyalon mein Dube Rahane se jindagi kafi nahin hota. Iske alava vi jindagi mein mahatva dene ke liye bahut kuchh hai_. *Just Think & Do right* Read more
Comments
Post a Comment