Posts

Showing posts from July, 2020

সুখ দুখৰ মাজৰ কথা

Image
মোৰ দুখৰ মনত তুমি সদাই আহি দিয়া সুখ, নিলগৰ ধৌ , নিলগৰ বতাহে লৈ আহিছে মোলৈ দেখোন দুঃখ । কৰিছোঁ মই দুখৰ উপৰি দুখ দিয়াহি মোক সুখৰ উপৰি সুখ , লৈ যোৱা মোৰ জীৱনৰ দুখ দিয়াহি মোক গোটেই জীৱনৰ সুখ । কৰিছোঁ কল্পনা তোমাক দিবলৈ সান্তনা, তুমি যদি গুচি যোৱা তোমাক কেনেকৈ দিম সান্তনা । সেইবাবে লিখিছোঁ এই কবিতাটো; তুমি যেন পঢ়ি দিব পাৰা মোক সুখৰ সান্তনা । এয়ে লিখিলোঁ, এয়ে সামৰিলোঁ; তুমি যেন পঢ়ি বুজি পোৱা মোৰ দুখৰ  বেদনা ।                                                ✍️                                   🎗️ AJ Pankaj Bania

প্ৰাকৃতিক সম্পদ

Image
                              আমাৰ  দেশৰ গছ-গছনি  বোৰ নানা ৰঙেৰে ভৰা, তাকে দেখি ভাইটি ভন্টি সকলৰ আনন্দ মনেৰে ভৰা। গাড়ী মটৰ চলিছে আনন্দ মনেৰে ডিজেল প্ৰেট্ৰল  বোৰ দেখি, আমি আছো আনন্দ মনেৰে প্ৰাকৃতিৰ সম্পদ  বোৰ দেখি। সোণ-সোৱৰ্ণই বনাইছে গহনা মহিলা সকলে পিন্ধিছে গহনা , কপাহ ৰ খেতি খেতিয়কে কৰে তাকে পিন্ধি মানুহ আনন্দত ঘূৰে। প্ৰকৃতিৰ সম্পদৰ পৰাই  আশ্ৰয়  লৈছো প্ৰকৃতিৰ সম্পদৰ পৰাই জীৱন-যাপন কৰিছোঁ, সেইবাবে নকৰিবা প্ৰাকৃতিক সম্পদ ধ্বংস! কৰিলে হব আমাৰো জীৱন যাপন  ধ্বংস..!                                                    ✍️                                    🎗️ AJ Pankaj Bania

বিস্তৃতি

Image
তোমাৰ চকুত মোৰ গোটেই সপোন জিলিকি উঠিছে তাত প্ৰতিবিম্ব তাৰ উশাহত গৈছে তোমাৰ শ্বাস ওলাইছে প্ৰেমৰ পছোৱা  বা: । দীঘল চুলিৰে, চকুৰ চাৱনিত হীদয়ে কৰে  স্পন্দন  তাৰ, কেনেবাকৈ যেন গম পাইযাই মনে পতা সেই সকলো জাল। হাঁহি তোমাৰ,  মনে কৰে যেন ধুমুহা বতাহৰ দৰে, সেই হাঁহিত  ভাঁহিৱ  মনে যেন সুগন্ধি গোলাপৰ দৰে। নিজম দেহৰ প্ৰেৰণাৰ প্ৰাণ প্ৰকৃৃতিৰ যেন খাজ দান, দুই অন্তৰৰ দুই উদ্ধৃতি খাপে খাপে যেন পাই প্ৰাণ। হাতে সনা তোমাৰ মৰম মুখ মণ্ডলত পাই  প্ৰাণ , এই হাতত হাতে ধৰি আমি; কটাব খোজোঁ  আজীৱন জীৱন..।                                                            ✍️                                                                   🎗️ AJ Pankaj Bania |:::तुम्हारे आंखों में मेरा सारा सपना और वहां पर उसका प्रतिबिंब साफ नजर आ रहा है, मेरे साँस में तुम्हारे साँस जा रहा है और निकल रहा है प्रेम की गभिर सोच। लंबे बाल और आंखों की अदा देखकर दिल बेखौफ होकर धड़क रहा है, पता नहीं वह कैसे जान जाते हैं दिमाग ने जो भी सपना सजाया है। तुम्हारे होठों में मुस्कान देखकर दिल सोचता है कि भूचाल आ गया, और उस

Goal

Image
Make your own goal               And Work for that goal For live better than your life Every human should have his or her own goal in life. Because without the goal, a person does not know the importance of his life. Every single day of a human being without goals is wasted. And this thing is not good for anyone. Neither for his life nor for his own nor for his society.         AJ Pankaj Bania🎗️