প্ৰাকৃতিক সম্পদ

                              আমাৰ দেশৰ গছ-গছনি বোৰ

নানা ৰঙেৰে ভৰা,

তাকে দেখি ভাইটি ভন্টি সকলৰ

আনন্দ মনেৰে ভৰা।


গাড়ী মটৰ চলিছে আনন্দ মনেৰে

ডিজেল প্ৰেট্ৰল বোৰ দেখি,

আমি আছো আনন্দ মনেৰে

প্ৰাকৃতিৰ সম্পদ বোৰ দেখি।


সোণ-সোৱৰ্ণই বনাইছে গহনা

মহিলা সকলে পিন্ধিছে গহনা,

কপাহৰ খেতি খেতিয়কে কৰে

তাকে পিন্ধি মানুহ আনন্দত ঘূৰে।


প্ৰকৃতিৰ সম্পদৰ পৰাই আশ্ৰয় লৈছো

প্ৰকৃতিৰ সম্পদৰ পৰাই জীৱন-যাপন কৰিছোঁ,

সেইবাবে নকৰিবা প্ৰাকৃতিক সম্পদ ধ্বংস!

কৰিলে হব আমাৰো জীৱন যাপন ধ্বংস..!


                                                   ✍️

                                   🎗️AJ Pankaj Bania


Comments

Post a Comment

Popular posts

বিস্তৃতি

সুখ দুখৰ মাজৰ কথা

তোমাৰ অবিহনে•तुम्हारे बीना•Without you