Posts

Showing posts from August, 2020

এজোলোকা প্ৰেম•एक मुट्ठी प्रेम•A handful love.

Image
এজোলোকা প্ৰেম অনূকোমালহীন ভিতৰত অনুভূতিৰ সন্ধাত, ব্যাকুল হৃদয়ত তোমাক বিচাৰোঁ মই, গোটেই জীৱন জোনাকত। দুৰ্ভগীয়া জীৱনত শেতাপৰা হৃদয়ত, কোনোবাই দিবহি জোনাক। পাওঁ যদি মই মৰমৰ এজোলোকা প্ৰেম বিচাৰি, হিয়াতেই জ্বলাওঁ মই মৰমৰ এগছি চাঁকি। পাৰা যদি বুজিব পাৰা যদি ধৰিব, তেনেহলে আজীৱন দিয়া মোক নতুন  জীৱন।                                                                   ✍️                                                          AJ Pankaj   • अंदर से मजबूत होकर अनुभूति होने वाला एक शानदार शाम, दिल की बेचैनी के साथ सिर्फ मुझे तुम्हें चाहिए सारा जिंदगी रोशनी के साथ। इस बदनसीब जिंदगी में, ठंड से बिखरा हुआ जिंदगी में कोई रोशनी लेकर आएगा। अगर मुझे मिल जाए पसंद का एक मुट्ठी प्यार, तो मैं दिल  मे जलाता एक शानदार दीया। अगर तुम समझना चाहो और तुम अगर समझ पाओ, तो सारा जिंदगी मुझे दे दो एक नई जिंदगी।❤️ •A wonderful evening, feeling strong from inside, With restlessness of the heart, I just want you all my life with light. In this ill-fated life, In a life scattered by cold, someone will bring ligh

Happy Independence day

Image
  Happy independence day The Independence Day of India is celebrated religiously throughout the country every year. India will celebrate its 74th Independence Day on 15th of August, 2020.       * "So many people might have forgotten the sacrifices, but we never will, the colorful flag of our country furls so high. Happy Independence Day!" *       _ “It is easy to kill individuals, but you cannot kill the ideas. Great empires crumbled, while the ideas survived.” - Bhagat Singh _ https://twitter.com/AJPankajBania/status/1294479622692696064?s=19

তুমি আহিবানে?•तुम आओगे?•Will you come?

Image
   তুমি আহিবানে?                                   তোমাৰ সুখতেই সুখ বিচাৰি খুলিছো মনৰ প্ৰেমৰ প্ৰাণ , ভাল পাবলৈ তোমাক বিচাৰি ৰাখিছোঁ মনত সপোনৰ যান । বহুতো সময় অতিক্ৰম কৰি বাঢ়িছে মাথোঁ দুৰত্ব তাৰ, ভাল পোৱাৰ-সত্যতা আজিও তাৰ আছে গভীৰ মনত বেদনা যাৰ। বন্ধ ঘৰত আজিও থাকি এটি এটিকৈ কটাও ৰাত্ৰি; আক্ষীও উজাৰি সপোনৰ মাজেৰেই তোমাক; সন্ধানৰ অনুভূতিত বিচাৰোঁ তোমাৰ সহানুভূতি । বান্ধোন খুলি; নিস্বাৰ্থী হৈ-বেগাই ফুৰো প্ৰাণ ৰাখিবলৈ তোমাৰ; মনৰ ভাজত বিলিন হওঁ মই তোমাৰ লগত; অস্ত্ৰ সন্ধানত অন্তৰৰ সক্ৰিয় প্ৰেমৰ মাজত। মনৰ মাজৰ অতিৰিক্ত ঠাইত ৰাখিছোঁ তোমাক সদাই আগুৱাই , অপেক্ষাত আছোঁ আজীৱনেই; তোমাৰ প্ৰাপ্তিত কল্পনা কৰি তুমি অহা চাই ।                                ✍                                       AJ Pankaj Bania

shameless•Thought

Image
     ••••••••••••••••••••••••••••••{}•••••••••••••••••••••••••••••••• Everything is very big.⬜ It is so big that you cannot imagine. But the attitude of looking at that thing should be perfect.📈    we need this thing to growth and develop our society. 🌱 • ^ . . #society #imagine #everything #growth #development सब कुछ बहुत बड़ा है। यह इतना बड़ा है कि आप अनुमान नहीं लगा सकते। लेकिन उस चीज को देखने का नजरिया एकदम सही होना चाहिए। हमें अपने समाज के विकास और विकास के लिए इस चीज की आवश्यकता है। https://twitter.com/AJPankajBania/status/1333060302468902912?s=19     ••••••••••••••••••••••••••••••{}•••••••••••••••••••••••••••••••• If you want to be happy, then learn to be alone. Being alone does not mean being unhappy.🌈    The world is filled with a lot of interesting things that you can feel alone and that will help you achieve both happiness and success.💚 . . . . #alone #alonelife #nature #naturelovers #success अगर आप खुश रहना चाहते हो, तो अकेला रहना सीखो। अकेले रहने का मतलब दु

তোমাৰ অবিহনে•तुम्हारे बीना•Without you

Image
তোমাৰ অবিহনে ক'তনো নাথাকা তুমি সকলোতে দেখোচোন তোমাক; চকুযোৰো মুদি। তোমাক দেখি মই পঢ়িব লৈছোঁ আজি, তথাপিও নো‌‌চোৱা কিয় মোৰলৈ এবাৰ ঘূৰি। কেতিয়াবা খঙেৰে তুমি মোৰলৈ যে চোৱা, কেতিয়াবা মৰমেৰ মোক যে তুমি মাতা। তুমি এৰি গুচি গলে মই কেনেকৈ থাকিম, তুমি যেন দিছিলা গালি-বকনি কেনেকৈ পাহৰিম।। 💕                                         ✍️                             🎗️ AJ Pankaj Bania   Kiss ki jaane se jindagi adhuri nahin rah jaati, bus Isi khyalon mein Dube Rahane se jindagi kafi nahin hota. Iske alava vi jindagi mein mahatva dene ke liye bahut kuchh hai_.          *Just Think & Do right*

Thought from Heartbeat • दिल की धड़कन से सोचा • অন্তৰৰ পৰা ওলোৱা এক অনুভূতি

Image
অন্তৰৰ পৰা ওলোৱা কিছুমান বাক্য ! যিবোৰ বাক্য কব খুজিও কেতিয়াও কৱ পাৰা নাজাই। সেই অনুভৱ বোৰ এনেদৰেই কাগজৰ পৃষ্ঠাত খাপ খাই ৰৈ যায়, জীৱনৰ শেষ সময়ছোৱাৰ লৈকে। #2. প্ৰথম প্ৰেমৰ সঁচা মৰম জীৱন লৈ এবাৰহে আহে। এই সঁচা মৰমৰ বিশ্বাস যদি এবাৰ ভাঙে, সেই বিশ্বাস কেতিয়াও কোনেও জোৰা দিব নোৱাৰে।       যেনেদৰে এখন খুট-মূত কাগজ, সেইখন কেতিয়াও তাৰ আগৰ ৰূপ দিব পৰা নাযায়।  বিশ্বাস আৰু মৰমক লৈ কেতিয়াও কোনেও জীৱনক খেল খেলিব নালাগে। সেই জীৱন টো আৰু কেতিয়াও ঘূৰি নাহে কিন্তু... আহিব চিৰদিন চকুপানী ।                                         💧 #1. বুকুৰ আপোন হৈ যদি আঁতৰি যোৱা; মই দুখ নকৰো। আজি দুখি হৈ যদি তুমি কালিলৈ সুখী হোৱা, তেতিয়া মই হিংসা নকৰোঁ। আনৰ মৰম পাই যদি তুমি মোৰ পৰা আঁতৰি যোৱা; মই চকু-পানী নুটোকো। চকু-পানী টোকিব পাৰা এদিন তুমি , যিদিনা মোৰ সঁচা মৰমে আমনি কৰি তোমাক তোমাৰ আত্মাই সুধিব - "কোৱা তুমি তাক এৰি সুখী হৈ আছানে" বুলি।         😔