তোমাৰ অবিহনে•तुम्हारे बीना•Without you

তোমাৰ অবিহনে


ক'তনো নাথাকা তুমি

সকলোতে দেখোচোন তোমাক;

চকুযোৰো মুদি।


তোমাক দেখি মই

পঢ়িব লৈছোঁ আজি,

তথাপিও নো‌‌চোৱা কিয়

মোৰলৈ এবাৰ ঘূৰি।


কেতিয়াবা খঙেৰে তুমি

মোৰলৈ যে চোৱা,

কেতিয়াবা মৰমেৰ

মোক যে তুমি মাতা।


তুমি এৰি গুচি গলে

মই কেনেকৈ থাকিম,

তুমি যেন দিছিলা গালি-বকনি

কেনেকৈ পাহৰিম।।

💕

                                        ✍️

                            🎗️ AJ Pankaj Bania 



Kiss ki jaane se jindagi adhuri nahin rah jaati, bus Isi khyalon mein Dube Rahane se jindagi kafi nahin hota. Iske alava vi jindagi mein mahatva dene ke liye bahut kuchh hai_.         *Just Think & Do right*

Comments

Popular posts

বিস্তৃতি

প্ৰাকৃতিক সম্পদ

সুখ দুখৰ মাজৰ কথা