Thought from Heartbeat • दिल की धड़कन से सोचा • অন্তৰৰ পৰা ওলোৱা এক অনুভূতি

অন্তৰৰ পৰা ওলোৱা কিছুমান বাক্য ! যিবোৰ বাক্য কব খুজিও কেতিয়াও কৱ পাৰা নাজাই। সেই অনুভৱ বোৰ এনেদৰেই কাগজৰ পৃষ্ঠাত খাপ খাই ৰৈ যায়, জীৱনৰ শেষ সময়ছোৱাৰ লৈকে।


#2. প্ৰথম প্ৰেমৰ সঁচা মৰম জীৱনলৈ এবাৰহে আহে। এই সঁচা মৰমৰ বিশ্বাস যদি এবাৰ ভাঙে, সেই বিশ্বাস কেতিয়াও কোনেও জোৰা দিব নোৱাৰে। 
     যেনেদৰে এখন খুট-মূত কাগজ, সেইখন কেতিয়াও তাৰ আগৰ ৰূপ দিব পৰা নাযায়। 
বিশ্বাস আৰু মৰমক লৈ কেতিয়াও কোনেও জীৱনক খেল খেলিব নালাগে। সেই জীৱন টো আৰু কেতিয়াও ঘূৰি নাহে কিন্তু... আহিব চিৰদিন চকুপানী
                                        💧




#1. বুকুৰ আপোন হৈ যদি আঁতৰি যোৱা; মই দুখ নকৰো। আজি দুখি হৈ যদি তুমি কালিলৈ সুখী হোৱা, তেতিয়া মই হিংসা নকৰোঁ। আনৰ মৰম পাই যদি তুমি মোৰ পৰা আঁতৰি যোৱা; মই চকু-পানী নুটোকো। চকু-পানী টোকিব পাৰা এদিন তুমি, যিদিনা মোৰ সঁচা মৰমে আমনি কৰি তোমাক তোমাৰ আত্মাই সুধিব- "কোৱা তুমি তাক এৰি সুখী হৈ আছানে" বুলি।
        😔

Comments

Popular posts

বিস্তৃতি

প্ৰাকৃতিক সম্পদ

সুখ দুখৰ মাজৰ কথা

তোমাৰ অবিহনে•तुम्हारे बीना•Without you